Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত অগপ দলৰ কৰ্মীৰ মত বিনিময় অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ গৌৰৱ গগৈক সমালোচনা কৰে

Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে আবেলি আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম দলৰ কৰ্মীৰ মত বিনিময় সভাত অংশগ্ৰহন কৰে মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত হোৱা অগপৰ দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত APCC ৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।
Read More News
T & CPrivacy PolicyContact Us