Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: কলাগুৰৰ গীত বিকৃত কৰা কৰিশ্মাক পুৰণিলোণপুৰীয়াত সমালোচনা আউনীআটী বিশ্ববিদ্যালয়ৰ স্বীকৃত নমিতা হাজৰিকাৰ

Sibsagar, Sivasagar | Sep 5, 2025
কলাগুৰৰ গীত বিকৃত কৰা কৰিশ্মাক পুৰণিলোণপুৰীয়াত সমালোচনা আউনীআটী বিশ্ববিদ্যালয়ৰ স্বীকৃত নমিতা হাজৰিকাৰ । আউনীআটী বিশ্ববিদ্যালয়ৰ গায়ন শৈলীৰ স্বীকৃতিপ্ৰাপ্ত সংস্কৃতিৰ সাধক নমিতা হাজৰিকাই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ থিয় নাম আৰু দিহানামৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ব্যক্ত কৰে প্ৰতিক্ৰিয়া। উল্লেখ্য যে শ্ৰী মন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত তিনি দিনীয়া আধ্যাত্মিকতাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে ব্যক্ত কৰে প্ৰতিক্ৰিয়া।
Read More News
T & CPrivacy PolicyContact Us