Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাঁৱত বিপিএফ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বিধায়ক দূৰ্গাদাস বড়োয়ে

Udalguri, Udalguri | Sep 4, 2025
কলাইগাঁৱত বিপিএফ দলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। মুদৈবড়ী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়টো শুভ উদ্বোধন কৰি দলৰ সতীৰ্থ আৰু শুভাকাংশী ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিধায়ক দূৰ্গাদাস বড়োয়ে। আনহাতে উক্ত কাৰ্যসূচীত বিধায়ক গৰাকীৰ সতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বড়ো, যুৱ বিপিএফৰ বিচিত্ৰ বৰুৱা প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us