Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: ছিপাঝাৰৰ উন্নয়ন খণ্ডৰ সভাগৃহত ৰন্ধন গেছৰ ৰাজ সাহায্যৰ প-পত্ৰ বিতৰণৰ ওপৰত সভা, উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী

Sipajhar, Darrang | Aug 23, 2025
শনিবাৰে দুপৰীয়া দুই মান বজাত ছিপাঝাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ছিপাঝাৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ সচিবসকল, সভাপতিসকল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ লগত এখন সভা অনুস্থিত কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। উক্ত বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুনোদই হিতাধিকাৰি পৰিয়ালৰ বাবে এক নৱ সংযোজন ৰন্ধন গেছৰ বাবে ২৫০ টকাৰ ৰাজ সাহায্য দিয়াৰ যি ব্যৱস্থা কৰিছে তাৰ অনুদানৰ প্ৰ-পত্ৰসমূহ কিধৰণে সুচাৰুৰূপে বিতৰণ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰে।উক্ত অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া
Read More News
T & CPrivacy PolicyContact Us