Download Now Banner

This browser does not support the video element.

গোলাঘাট: চিভিলত চৰকাৰী চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই এটি নৱজাতক মৃত্যু ঘটনাত উত্তাল গোলাঘাট,জিলা আয়ুক্তৰ তদন্তৰ ঘোষনা

Golaghat, Golaghat | Aug 28, 2025
গোলাঘাট চিভিলত চৰকাৰী চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই এটি নৱজাতক মৃত্যু ঘটনাত উত্তাল গোলাঘাট।গোলাঘাট জিলা আয়ুক্তৰ বৃহস্পতি বাৰে বিয়লি প্ৰায় ৪ বজাত তদন্তৰ ঘোষণা ।চৰকাৰী চিকিৎসকৰ ভূল চিকিৎসাৰ বাবেই এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে মাতৃ সংকটজনক অৱস্থাত চিকিৎসাধীন ৷ যোৱা ১৮ আগষ্ট তাৰিখে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল বৰপথাৰৰ এগৰাকী মহিলাক।প্ৰসূতিগৰাকীয়ে এটি সন্তান জন্ম দিছিল যদিও খন্তেক পিছতেই সন্তানটোৰ মৃত্যু হোঁৱা বুলি জনাই।
Read More News
T & CPrivacy PolicyContact Us