Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: বৃহৎ বাইক চুৰি চক্ৰ উৎখাত কৰিলে বঙাইগাঁও আৰক্ষীয়ে, ১০ খনকৈ চুৰি বাইক উদ্ধাৰ কৰি লৈ আহে সদৰ থানালৈ
Bongaigaon Part, Bongaigaon | Aug 14, 2025
বৃহৎ বাইক চুৰি চক্ৰ উৎখাত কৰিলে বঙাইগাঁও আৰক্ষীয়ে। জিলাৰ বিভিন্ন স্থানৰ পৰা চুৰি হোৱা ১০ খনকৈ বাইক দক্ষিণ শালমাৰা, গোৱালপাৰা, গাৰো পাহাৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰি সদৰ থানাত লৈ অনা হয়। এই ঘটনাৰ সৈতে জৰিত মুঠ ৬ জন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!