Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও চহৰৰ মাজ মজিয়াত অগ্নিকাণ্ডৰ ঘটনা,জুইত ভস্মীভূত হয় বহু মূল্যবান সা সামগ্ৰী,চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয়

Marigaon, Morigaon | Aug 27, 2025
মৰিগাঁও চহৰৰ মাজ মজিয়াত অগ্নিকাণ্ডৰ ঘটনা, জুইত ভস্মীভূত হয় বহু মূল্যবান সা সামগ্ৰী, বুধবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা এখন fast food ৰ দোকানত সংঘটিত হয় অগ্নি কাণ্ডৰ ঘটনা। হৰ্থাত সংঘটিত হোৱা অগ্নি কাণ্ডক লৈ হৈ চৈ লাগে ৰাইজৰ মাজত । দোকানত থকা চিলিণ্ডৰ পৰা জুইৰ সূত্ৰপাত হৈ জুইত ভস্মীভূত হয় দোকানৰ সা সামগ্ৰী। পিছত স্থানীয় ৰাইজৰ তৎপৰতাত আৰু আগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নির্বাপিত কৰিবলৈ সক্ষম হয় ।
Read More News
T & CPrivacy PolicyContact Us