Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ কলিতাপাৰা মদনমোহন নামঘৰত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়

Balijana, Goalpara | Aug 25, 2025
চহৰৰ কলিতাপাৰাত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।গোৱালপাৰা চহৰৰ কলিতাপাৰাস্থিত মদনমোহন নামঘৰ প্ৰাংগনত কনকলতা বৰুৱাৰ চতুৰ্থ বাৰ্ষিক শ্ৰদ্ধাঞ্জলি আৰু কাব্যপুথি উন্মোচন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° ধনঞ্জয় শৰ্মাই হিমানী বৰুৱাৰ স্বৰচিত কাব্যপুথি “মৰহা পাপৰিয়েও সুগন্ধ বিলায়” গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত অধিবক্তা জিতেন দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন শৰ্মা উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us