Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাকক্ষণত বহু কেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি সদৰত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল
Dibrugarh East, Dibrugarh | Sep 12, 2025
কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসম আগমনৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি বহু কেইটাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজি শুক্ৰবাৰে দিনৰ ১১ বজাত সদৰত এক সংবাদমেল সম্বোধন কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!