Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: সদৰত চিভিল চাৰিআলিৰ ব্যৱসায় সন্থাৰ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি আৰু মৃত্যুৰ ন্যায় বিচাৰি নাম প্ৰসংগৰ অনুষ্ঠান
Tinsukia, Tinsukia | Sep 29, 2025
সোমবাৰে দুপৰীয়া ১ বজাত তিনিচুকীয়াৰ চিভিল চাৰিআলিৰ ব্যৱসায় সন্থাৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তি আৰু মৃত্যুৰ ন্যায় বিচাৰি নাম প্ৰসংগৰ অনুষ্ঠান অনুষ্ঠিত কৰে । নাম প্ৰসংগৰ আৰম্ভণিতে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰি জুবিন গাৰ্গ অমৰ হওক শ্ল’গান দিয়ে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!