This browser does not support the video element.
ধুবুৰী ভাগ: জিলাত উচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ চলাই বিপদত চৰকাৰী বিষয়া
Dhubri Part, Dhubri | Sep 6, 2025
ধুবুৰীৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি । উচ্ছেদৰ সময়ত উচ্চ ন্যায়ালয়ৰ ৰায় উলংঘা কৰাৰ অভিযোগ। চৰুৱা বাঘৰা,সন্তোষপুৰ আৰু চিৰাকুটা প্ৰথম খণ্ডত চলিছে উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত উচ্চ ন্যায়ালয়ৰ ৰায় উলংঘা কৰাৰ অভিযোগ তুলি উচ্চ ন্যায়লয়ৰ দ্বাৰস্ত হৈছিল ৫১ জন কৈ উচ্ছেদিত ৷