Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: তিনি সন্তানৰ মাতৃ আৰু ৫৫ বছৰীয়া এজন লোকৰ অবৈধ সম্পৰ্ক,পুলিবৰত নিজ স্বামীয়ে আৰক্ষীৰ উপস্থিতিত মহিলা গৰাকীক গতালে আনজনক

Jorhat West, Jorhat | Sep 1, 2025
তিনি সন্তানৰ মাতৃ আৰু ৫৫ বছৰীয়া এজন লোকৰ অবৈধ সম্পৰ্ক। পুলিবৰত আজি নিজ স্বামীয়ে আৰক্ষীৰ উপস্থিতিত মহিলা গৰাকীক গতাই দিলে আনজনক । এৰিব নোৱাৰে ইজনে সিজনক, হ'ব বিবাহ। মহিলা গৰাকীৰ স্বামীয়েও গ্ৰহণ নকৰে পত্নীক। যোৰহাটৰ পুলিবৰ দামুৰী চুক গাঁৱত সংঘটিত হৈছে এই ঘটনা । তিনি সন্তানৰ এগৰাকী মাতৃ আৰু প্ৰবীণ ঢেকিয়াল নামৰ ৫৫ বছৰীয়া এজন অবিবাহিত লোকৰ মাজত চলি আছিল সম্পৰ্ক।
Read More News
T & CPrivacy PolicyContact Us