Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে নগৰ স্থিত ষ্টেডিয়ামৰ প্ৰাংগনত সমবেত কণ্ঠত আবৃত্তি
Jorhat West, Jorhat | Sep 7, 2025
সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে যোৰহাট ষ্টেডিয়ামৰ প্ৰাংগনত সমবেত কণ্ঠত আবৃত্তি । আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত যোৰহাট জিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠান । আজি ৰাজ্যজুৰি সুধাকন্ঠক স্মৰণ কৰা হৈছে । সমবেত ভাৱে সকলোৱে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি হিচাপে ডঃ অমৰজ্যোতি চৌধুৰীৰ মৃত্যু জিনাৰ গান কবিতাটি সমবেত কণ্ঠত আবৃত্তি কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!