This browser does not support the video element.
সোণাৰি: সোণাৰি নগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা
Sonari, Charaideo | Sep 4, 2025
C(A)Aৰ বিৰুদ্ধে উত্তাল সোণাৰি। অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিলৰ দাবীত সোণাৰিত প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দাহ কৰিলে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ প্ৰতিলিপি দাহৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰিলে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে সোণাৰি নগৰৰ মাজমজিয়াত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে। কোনো কাৰণতে বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে বুলি হুংকাৰ প