Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সদৰ থানাৰ সন্মূখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

Balijana, Goalpara | Sep 11, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰই এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সদৰ থানাৰ সন্মূখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰা মতে এন এচ ইউ আইৰ ছাত্ৰ একতা সভাৰ ছাত্ৰই এগৰাকী ছাত্ৰীক ভৰ্তিৰ ৰছিদ উলিয়াই দিয়াৰ নামত ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত মাতি নি যৌন নিৰ্যাতন চলায়। পিছত ছাত্ৰী গৰাকীয়ে থানাত এখনি এজাহাৰ দাখিল কৰে।এই বিষয়ে অৱগত হৈ আছু আৰু এবিভিপিৰ ছাত্ৰ ছাত্ৰী সকলে গোৱালপাৰা সদৰ থানাৰ সন্মূখত উত্তাল প্ৰতিবাদ কৰে।
Read More News
T & CPrivacy PolicyContact Us