Install App
guwahatikamrup
This browser does not support the video element.
আজাৰা: আজাৰা আৰক্ষীৰ জালত ৩ কফ চিৰাফ সৰবৰাহকাৰী । গোপন সূত্ৰৰ পম খেদি আজাৰা আৰক্ষীয়ে ৩ সৰবৰাহকাৰীক আটক কৰে ।
Azara, Kamrup Metropolitan | Oct 6, 2025
আজাৰা আৰক্ষীৰ জালত ৩ কফ চিৰাফ সৰবৰাহকাৰী । গোপন সূত্ৰৰ পম খেদি আজাৰা আৰক্ষীয়ে ৩ সৰবৰাহকাৰীক আটক কৰে । AS-25-DC-6742 নম্বৰ আৰু AS-01-FW-3422 নম্বৰৰ বাহনেৰে সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে তিনিওজনক । আটক হোৱা তিনিজন ক্ৰমে ৰাজীৱ আহমেদ, পুলক দাস আৰু কুতুব আলী । আটাইকেজনৰ পৰা বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!