Install App
jerina7
This browser does not support the video element.
ডুমডুমা: ডুমডুমাৰ কেচাগুৰি চাহ বাগিচাত বাগিচাখনৰ শ্ৰমিকৰ বিভিন্ন সমস্যাক লৈ আটছা দাইছা-কৰদৈগুৰি উপ-শাখা সমিতিৰ উদ্যোগত প্ৰতিবাদ
Doom Dooma, Tinsukia | Aug 11, 2025
সোমবাৰে দুপৰীয়া প্ৰায় ১ বজাত ডুমডুমাৰ কেঁচাগুৰি চাহ বাগিচাত আটছা দাইছা-কৰদৈগুৰি উপশাখা সমিতিৰ উদ্যোগত বাগিচাখনৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা যেনে শ্ৰমিকৰ পি এফৰ ধন মোকোলাই দিয়া ,চিকিৎসালয়ত এম্বুলেন্সৰ ব্যৱস্থা কৰা ,চাহ শ্ৰমিকৰ দৈনিক মজুৰী বৃদ্ধি কৰা আদি ৰ সমাধানৰ দাবী তুলি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অতি শিগ্ৰে চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায় প্ৰতিবাদী শ্রমিক জনতাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!