Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: 'বিপিএফ দলৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে', চাপাগুৰিত প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ মন্তব্য
India | Sep 3, 2025
এইবেলি বিটিআৰ নিৰ্বাচনত বিপিএফ দলৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰৰ গঠন কৰিবলৈ গৈ আছে - এই দাবী কোকৰাঝাৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা জিএছপি দলৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ,বিটিআৰত শান্তিৰ প্ৰতিষ্ঠাৰ বাটকটীয়া হৈছে নৱ কুমাৰ শৰণীয়া,এইবেলি বিটিআৰ নিৰ্বাচনত জিএছপি দলৰ পৰা মুঠ ১২ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে আৰু তাৰে কম কৰি ৫/৬ টা আসনত জিএছপি দলৰ প্ৰাৰ্থী বিজয়ী হব বুলি কয় কোকৰাঝাৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা জিএছপি দলৰ সভাপতি নৱ কুমাৰ শৰণীয়াই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!