আজি চিৰাং জিলাৰ ১৬ নং নিসিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মালিভিটাত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় ,আজিৰ এই যোগদান সভাত ১৫ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত মালিভিটা প্ৰাইমাৰী বিপিএফৰ বিষয় ববিয়া সহ কাৰ্য কৰ্তা সকল উপস্থিত থাকে।