Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: খিলঞ্জীয়াৰ নিৰাপত্তা দিয়াত ব্যৰ্থ চৰকাৰ,নেঘেৰীবিলত মন্তব্য অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ

Sarupathar, Golaghat | Sep 6, 2025
শনিবাৰে দিনৰ প্ৰায় ১ বজাত 2নং নেঘেৰিবিলত উপস্থিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটি সঁজাতি দল ।উপস্থিত হৈ পৰিদৰ্শন কৰিলে 2নং নেঘেৰিবিলত উচ্ছেদস্থলী ।পৰিদৰ্শন কৰি অনুসূচিত জাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰষজ্যোতি দাসে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে খিলঞ্জীয়াক নিৰাপত্তা দিয়াত ব্যৰ্থ অসম চৰকাৰক বুলি মন্তব্য নেতা জনৰ।
Read More News
T & CPrivacy PolicyContact Us