Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: আক্ৰাছুৱে শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

Sibsagar, Sivasagar | Sep 11, 2025
আক্ৰাছুৱে শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ধুবুৰীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ পাছতেই শিৱসাগৰত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী জনগোষ্ঠীয় সংগঠনটোৰ । আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যোত্তৰ দিব বুলি হুংকাৰ ।
Read More News
T & CPrivacy PolicyContact Us