This browser does not support the video element.
নগাঁও: ভিনিহীয়েকে পলুৱাই লৈ গ'ল নিজ খুশালীয়েকৰ পত্নীক , জুৰীয়াত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া পৰিয়ালৰ
Nagaon, Nagaon | Sep 8, 2025
এইবাৰ ভিনিহীয়েকে পলুৱাই লৈ গ'ল নিজ খুশালীয়েকৰ পত্নীক । জুৰীয়াত সংঘটিত হৈছে এই ঘটনা ।ঘৰ জোৱাঁই ৰাখি এতিয়া চকুলো টুকিছে এটি অসহায় পৰিয়ালে। জী জোৱাঁইক ঘৰত আশ্ৰয় দি এতিয়া বিপদত পৰিছে জুৰীয়াৰ ফুৰহানীআটি গাঁৱৰ এইজন আব্দুল কৰিম। সম্পৰ্কত জী জোৱাঁই এইজন লম্পট মজিবুৰ ৰহমানে এইবাৰ আব্দুল কৰিম নামৰ এইজন লোকৰ পুত্ৰ বোৱাৰীক লৈ পলায়ন কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিপদত পৰিছে পৰিয়ালটো।