Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: 'আৰছাদ মাদানীৰ অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী কৰাৰ অধিকাৰ নাই', চহৰত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিৰ মত

Bongaigaon Part, Bongaigaon | Aug 24, 2025
অসমত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে চলা উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ অপসাৰণ দাবী উত্থাপন কৰিছিল জমিয়ত উলেমা ই হিন্দৰ প্ৰমুখ মো: আৰছাদ মাদানীয়ে । মো: আৰছাদ মাদানীৰ অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ দাবী সন্দৰ্ভত চহৰত দেওবাৰে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে  এগৰাকী ধৰ্মীয় সংগঠন জমিয়ত উলেমা ই হিন্দৰ প্ৰমুখ মো: আৰছাদ মাদানীয়ে  অসমত ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ লক্ষ্য লৈছে ।
Read More News
T & CPrivacy PolicyContact Us