This browser does not support the video element.
মৰিগাঁও: এগৰাকী ৫ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা কৰা এজনক আমাৰগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
Marigaon, Morigaon | Sep 13, 2025
লাহৰীঘাটত POCSOৰ গোচৰত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোকজন লাহৰীঘাটৰ অমৰাগুৰিৰ ছফিকুল ইছলাম। ছফিকুল ইছলামে বিগত ৮ ছেপ্টেম্বৰত এগৰাকী ৫ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্ট চলাইছিল। ছফিকুলৰ কু কাণ্ডৰ কথা জানিব পাৰি শিশুটিৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰিছিল। সমগ্ৰ ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ছফিকুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শিশু ধৰ্ষণৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰা