Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিত জব্দ চোৰাং গৰুভৰ্তি বাহন, দুজনক আটক, আৰক্ষীয়ে জব্দ কৰে ২২টা গৰুভৰ্তি দুখনকৈ বাহন

Nagaon, Nagaon | Sep 2, 2025
চামগুৰিত জব্দ চোৰাং গৰু ভৰ্তি বাহন,দুজনক আটক।মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি দুখনকৈ বাহন ।২২ টাকৈ চোৰাং গৰু কঢ়িয়াই আনিছিল দুখনকৈ বলেৰ'পিকআপ বাহনত।মাকুমৰ ৰ পৰা মৈৰাবাৰী অভিমুখী আছিল বাহন দুখন। গোপনসূত্রৰ পম খেদি চামগুৰি আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি বাহন দুখন জব্দ কৰাৰ লগতে আটক কৰে বাহন দুয়োখনৰ চালকক।আটকাধীন লোক দুজন বিল্লাল হুছেইন আৰু হান্নান আলী।জব্দকৃত বাহন দুখনৰ নাম্বাৰ AS03CC6399 আৰু AS 21 AC 2615
Read More News
T & CPrivacy PolicyContact Us