Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: বঘৰা ৰাজ্যিক চিকিৎসালয়ত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নীতিশা বৰাই আকস্মিকভাৱে পৰিদৰ্শন কৰে
Marigaon, Morigaon | Sep 4, 2025
মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নীতিশা বৰাই আকস্মিকভাৱে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া গৰাকীৰ অনুপস্থিতি লক্ষ্য কৰি, তেওঁ চিকিৎসালয়ৰ সকলো কৰ্মচাৰীক সময়মতে কৰ্মস্থানত উপস্থিত থাকি চৰকাৰৰ নিয়ম-কানুন যথাযথভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!