Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীত জি.এন.এম ৰ বাবে জিলা পৰ্যায়ৰ ৫ দিনীয়া আই.ইউ.চি.ডি প্ৰশিক্ষণৰ আজি ১ম দিন ,উপস্থিত জিলা চিকিৎসালয়ৰ অধীক্ষক
Mankachar, South Salmara-Mankachar | Aug 28, 2025
বৃহস্পতিবাৰে দিনৰ আনুমানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলা পৰ্যায়ৰ ৫ দিনীয়া আই.ইউ.চি.ডি প্ৰশিক্ষণৰ আজি ১ম দিন । আজিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে জিলা চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ ছামচুল হক।উল্লেখ্য যে আজিৰ পৰা ২ছেপ্টেম্বৰলৈ হাটশিঙিমাৰী জিলা চিকিৎসালয় সভাকক্ষত জি এন এম ৰ বাবে ৫ দিনীয়া আই ইউ চি ডি প্ৰশিক্ষণৰ আজি ১ম দিন।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!