This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈ আই.অ.চিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট
Margherita, Tinsukia | Aug 26, 2025
মঙ্গলবাৰে ডিগবৈ আই অ চি মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। ডিগবৈ চহৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন সমস্যাক লৈ ছাত্র সংগঠনটোয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট। আই অ চিৰ দ্বাৰা খোৱাপানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, স্থানীয় থলুৱা যুৱকক নিযুক্তি প্ৰদান, ডিগবৈ এ অ ডি চিকিৎসালয়ত অভিজ্ঞ চিকিৎসক নিযুক্তি প্ৰদান দাবীত দুপৰীয়া প্ৰায় ১বজা পর্যন্ত আই চি ৰ মুখ্য কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে ।