This browser does not support the video element.
বঙাইগাঁও ভাগ: বাখৰাপাৰাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰে বন বিভাগে
Bongaigaon Part, Bongaigaon | Aug 31, 2025
বাখৰাপাৰাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। স্থানীয় ৰাইজে বাঁহ গছৰ উপৰত প্ৰত্যক্ষ কৰিছিল এই সাপটো। পিছে ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছত এই সাপটো বন বিভাগৰ লোকে উদ্ধাৰ কৰে।