This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত জিলা পৰিষদৰ পাচঁ সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান
Dhubri Part, Dhubri | Aug 30, 2025
ধুবুৰী জিলাখনৰ পাচঁটা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ পাচঁ জিলা পৰিষদৰ সমষ্টিত জয় লাভ কৰা সদস্য আৰু সদস্যা সকলৰ শপত গ্ৰহণ পাঠ কৰাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই। উল্লেখ যোগ্য যে কিছুদিন পুৰ্বে জিলা পৰিষদ গঠন প্ৰক্ৰিয়া উপস্থিত নাছিল বিজেপিৰ পাচঁ গৰাকী জিলা পৰিষদৰ সদস্য ।