This browser does not support the video element.
নগাঁও: জিউমাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ভুক্তভোগীয়ে সাব্যস্ত কৰে প্ৰতিবাদ
Nagaon, Nagaon | Sep 1, 2025
চামগুৰি সমষ্টিৰ জিউমাৰী গাওঁ পঞ্চায়তত মহিলাৰ প্ৰতিবাদ। সোমবাৰে দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিটত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।একাংশ বিধৱা মহিলা আৰু শাৰীৰিক ভাবে অক্ষম পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। অৰুনোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বাবেই সাব্যস্ত কৰে এই প্ৰতিবাদ। বাচনি কমিটিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি বাচনি কমিটিৰ আত্মীয়ক অৰুনোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীয়ে অৰুনোদয়ত অন্তৰ্ভুক্ত কৰোৱাৰ