Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সমষ্টিৰ উন্নয়নমূলক কাম সমূহৰ বিষয়ত পৰ্যালোচনা সভাত মিলিত হয় বিধায়ক সুৰেন ফুকনে
Margherita, Tinsukia | Jun 4, 2025
বুধবাৰে বিয়লি প্ৰায় ৪ বজাত বৰবিল স্থিত ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়া কাবেৰী বুঢ়াগোহাঁই আৰু বিষয়া সকলৰ উপস্থিতিত বিধায়ক পুঁজি আৰু সাংসদ পুঁজিৰ জড়িয়তে ভৱিষ্যতৰ দিনত কৰিবলগীয়া সমষ্টিৰ উন্নয়নমূলক কাম সমূহৰ বিষয়ত এক পৰ্যালোচনা সভাত মিলিত হয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে । সভাত ৰাইজৰ সমস্যা সমূহক অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে সকলোৱে মত পোষণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!