This browser does not support the video element.
চাবুৱা: ৰহমৰীয়াত প্ৰেমৰ চলনাৰে কিশোৰীক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ জানু আলি
Chabua, Dibrugarh | Sep 9, 2025
চাবুৱাৰ ৰহমৰীয়াত প্ৰেমৰ চলনাৰে কিশোৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ জানু আলি নামৰ এটা লম্পদ। আজি মঙ্গলবাৰে বিয়লি ৪ বজাত চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পদ টোক। উল্লেখযোগ্য যে বিবাহিত জানু আলিয়ে দীৰ্ঘ দিন ধৰি এগৰাকী কিশোৰীক বিভিন্ন প্ৰলোভন দি প্ৰেমৰ জালত পেলাইছিল। কিশোৰী গৰাকীক এটা মোবাইল ফোন উপহাৰ দিছিল জানু আলিয়ে