Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম কেন্দ্ৰীয় কৰম সন্মিলন উপলক্ষে মাকুম জ্যোতি নগৰস্থিত টিংৰাই নদীত বালি উঠোৱা কাৰ্যসূচী সম্পন্ন

Tinsukia, Tinsukia | Sep 9, 2025
মঙ্গলবাৰে ২৪ সংখ্যক মাকুম কেন্দ্ৰীয় কৰম সন্মিলন উপলক্ষে উদযাপন সমিতি আৰু কৰম প্ৰেমী ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি মাংগলিক কাৰ্যসূচীৰে বালি উঠোৱা কাৰ্যসূচী বিয়লি প্ৰায় ৩ বজাত মাকুম জ্যোতি নগৰস্থিত টিংৰাই নদীত সম্পন্ন কৰে। উল্লেখযোগ্য যে অহা ইংৰাজী ১৩ আৰু ১৪ ছেপ্টেম্বৰ তাৰিখে মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হব
Read More News
T & CPrivacy PolicyContact Us