Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিৰ হদহদী জলপ্ৰপাতত জলকেলি কৰি নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ এছডিআৰএফ বাহিনীৰ

Nagaon, Nagaon | Aug 4, 2025
👉 চামগুৰিৰ হদহদী জলপ্ৰপাতত জলকেলী কৰি নিৰুদ্দেশ হোৱা যুৱকজনক উদ্ধাৰ SDRF বাহিনীৰ 👉 চামগুৰি আৰক্ষী আৰু SDRF বাহিনীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃত যুৱকজনক 👉 যুৱকজন নগাঁৱৰ লাওঁখোৱা ৰোডৰ সৈয়ম জৈন(২১) বুলি জানিব পৰা গৈছে 👉পুৱা হদহদীত গা ধূবলৈ গৈ নিখোজ হৈছিল যুৱক জন। 👉 ছয় বন্ধুৰ সৈতে জলপ্ৰপাতত গা ধূবলৈ গৈছিল সৈয়ম
Read More News
T & CPrivacy PolicyContact Us