Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: কৃত্ৰিম বানৰ কবলত ৩ নং শেনচোৱা গাঁৱৰ ৰাইজ, নলা-নৰ্দমা জাবৰ-জোথৰেৰে আবদ্ধ হৈ পৰাত কৃত্ৰিম বানৰ সৃষ্টি #jansamasya
Jorhat West, Jorhat | Jun 4, 2025
কৃত্ৰিম বানৰ কৱলত ৩ নং শেনচোৱা গাঁৱৰ ৰাইজ । নলা-নৰ্দমা জাৱৰ-জোথৰেৰে আবদ্ধ হৈ পৰাত সৃষ্টি কৃত্ৰিম বান । পদপথৰ একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে জাৱৰ পেলাই নলা আবদ্ধ কৰাৰ অভিযোগ ৰাইজৰ।নলা-নৰ্দমাৰ বীজাণুযুক্ত পানীৰে সৃষ্ট কৃত্ৰিম বানত বিপৰ্যস্ত ৰাইজৰ জীৱন । প্ৰশাসন,পৌৰসভাক শীঘ্ৰেই নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ দাবী।গুৱাহাটীৰ দৰেই যোৰহাটৰ এটা অঞ্চলটো এতিয়া কৃত্ৰিম বান ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!