This browser does not support the video element.
বিশ্বনাথ: চোৱাগুৰী চুইচগেট অঞ্চলত চপৰা-চপৰে খহিবলৈ লৈছে ব্ৰহ্মপুত্ৰৰ গৰা, সহস্ৰাধিক লোকে জীয়াতু ভুগিছে গৰাখহনীয়াৰ কবলত#jansamasya
Biswanath, Biswanath | Sep 7, 2025
বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ চোৱাগুৰীৰ পৰা কুমলীয়া হৈ পানপুৰ মথাউৰি লৈকে আনিছে গৰাখহনীয়াৰ ভাবুকি। চোৱাগুৰী চুইচগেট এই অঞ্চলৰ প্ৰায় পাঁচ সহস্ৰাধিক গাঁওৰ ৰাইজে জীয়াতু ভুগিছে গৰাখহনীয়াৰ কবলত পৰি। ঘৰবাৰী-খেতিমাটি হেৰুওৱা আকংশা কৰিছে নৈপৰীয়া ৰাইজে । কাৰন মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে নিজৰ ঘৰ-দুৱাৰ, মাটি-বাৰী হেৰুৱাই অহাৰ লগতে বহু লোক মৃত্যুৰ মুখত পৰি আহিছে। এই ক্ষেত্ৰত গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত অতী শীঘ্ৰে সমস্যা সমাধানৰ দাবী কৰে।