Download Now Banner

This browser does not support the video element.

গুৱাহাটী: উজান বজাৰত আছুৰ কাৰ্য্য নিৰ্বাহক সভা , বিবেকান্দ কেন্দ্ৰ সভাগৃহত অনুষ্ঠিত হয় সভা সভাপতিত্ব কৰে আছু সভাপতি উৎপল শৰ্মাই

Guwahati, Kamrup Metropolitan | Aug 26, 2025
উজান বজাৰত আছুৰ কাৰ্য্য নিৰ্বাহক সভা ,উজান বজাৰ বিবেকান্দ কেন্দ্ৰ সভাগৃহত অনুষ্ঠিত হয় সভা , সভাপতিত্ব কৰে আছু সভাপতি উৎপল শৰ্মাই ।সাম্প্ৰতিক সময়ৰ বহু কেইটা বিষয়ক হয় আলোচনা ।সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ শত বৰ্ষৰ অনুষ্ঠান বৰ্ষযোৰাকৈ জিলাই জিলাই অনুষ্ঠিত হব। অসমৰ মৌল বাদী আৰু বাংলাদেশী বিষয় সন্দৰ্ভত আলোচনা ।
Read More News
T & CPrivacy PolicyContact Us