Download Now Banner

This browser does not support the video element.

নগাঁও: বিদ্যালয়-মহাবিদ্যালয়ৰ চৌপাশৰ এশ মিটাৰ ব্যাসাৰ্ধৰ দোকাণত গুটখাজাতীয় সামগ্ৰী বিছাৰি অভিযান জিলা প্ৰশাসনৰ

Nagaon, Nagaon | Sep 2, 2025
নগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । বিদ্যালয়-মহাবিদ্যালয়ৰ চৌপাশৰ এশ মিটাৰ ব্যাসাৰ্ধৰ দোকাণত গুটখাজাতীয় সামগ্ৰী বিছাৰি অভিযান । দোকাণৰ পৰা গুটখাজাতীয় সামগ্ৰী বাজেয়াপ্ত কৰাৰ লগতে জৰিমণাও বিহিলে দোকাণৰ স্বত্তাধিকাৰীক । অনাগত সময়ত পুণৰ তেনেবোৰ দোকানে গুটখাজাতীয় সামগ্ৰী বিক্ৰী কৰিলে জৰিমণাৰ পৰিমাণ বৃদ্ধি হোৱাৰ উপৰিও দোকাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কথা প্ৰকাশ
Read More News
T & CPrivacy PolicyContact Us