Download Now Banner

This browser does not support the video element.

বাক্সা: বাগানপৰাত ইউপিপিএলৰ সভা অনুষ্ঠিত

Baska, Baksa | Aug 21, 2025
বাক্সা জিলাৰ বাগনপাৰাত আজি বিয়লি ইউপিপিএলৰ সভা অনুষ্ঠিত হয়। আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এই সভা অনুষ্ঠিত কৰা‌‌ হয়। সভাত দলৰ জিলা‌ সভাপতি বি খৌৰৌম দৌৰৌম, সম্পাদক দয়াল শৰণীয়া, এমচিএলএ তথা অধ্যক্ষ কাতিৰাম বড়ো আদিয়ে অংশগ্ৰহণ কৰে।‌
Read More News
T & CPrivacy PolicyContact Us