জিলা খনৰ ৰৌতা সমষ্টিৰ অন্তৰ্গত আউনাজুলি আৰু পাউৰীপোটা গাঁৱত ইউপিপিএলৰ দলৰ উদ্যোগত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয়।সভাত গাঁৱৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিশদ ভাবে পৰ্যালোচনা কৰা হয়। আনহাতে দুয়োখন সভাতে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে। ইপিনে সভাত দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল লগতে গাঁৱৰ বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।