Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহৰ আহ্বানত উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত নাগৰিক সভা অনুষ্ঠিত

Tinsukia, Tinsukia | Aug 31, 2025
তিনিচুকীয়া চহৰখনত সাম্প্ৰতিক সময়ত ইটোৰ পাছত সিটো বহিৰাগত খিলঞ্জীয়াৰ সংঘাত হৈ অহাত তিনিচুকীয়া জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহৰ আহ্বানত দেওবাৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত এখন নাগৰিক সভা অনুষ্ঠিত কৰি বহিৰাগত আগ্ৰাসনৰ বিষয়টোৰ ওপৰত আলোচনা কৰা হয় । বিয়লি ৪ বজা পর্যন্ত অনুষ্ঠিত নাগৰিক সভাত সদৌ মৰাণ ছাত্ৰ সন্থা ,সদৌ অসম মটক ছাত্ৰ যুৱ সন্মিলন ,সদৌ তাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি,সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া উপস্থিত
Read More News
T & CPrivacy PolicyContact Us