Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খমাবাৰীত জিলা ভিত্তিত অনুষ্ঠিত আন্ত গীৰ্জা ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিটিআৰৰ এমচিএলএ সঞ্জয় স্বৰ্গীয়াৰিয়ে

Udalguri, Udalguri | Aug 28, 2025
জিলা খনৰ খমাবাৰী খেলপথাৰত জিলা ভিত্তিত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰি খেলুৱৈ সকলক উৎসাহিত কৰে বিটিআৰৰ এমচিএলএ সঞ্জয় স্বৰ্গীয়াৰিয়ে। ইপিনে উক্ত সময় চোৱাত বিশেষ ব্যক্তি ৰিউ লেজা দালিমাৰী,কবিৰালি এবচুৰ সভাপতি সভাপতি বিজয় বড়ো, আয়োজক সমিতিৰ সম্পাদক সুকান্ত নাৰ্জাৰী প্ৰমুখ্যে ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us