Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: পৰ্বতঝোৰাত UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুঙত,বিপিএফ দলত খহনীয়া অব্যাহত

Dhubri Part, Dhubri | Sep 8, 2025
দিন ৰাতি একাকাৰ কৰি প্ৰতিদিনে ১৪/১৫ টা কৈ বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰাৰ লগতে নিজ ঘৰতে ইউ পি পি এল দলত সইচ্ছাই দলে দলে প্ৰতি দিনে যোগদান কৰা পৰিলক্ষিত হৈছে।উল্লেখ্য যে আজি জন্ম লগ্নৰে পৰা বিপিএফ দলৰ জালাবিলা ভিচিডিছিৰ প্ৰাক্তন সভাপতি আবুল হোছেইনৰ সোঁহাত স্বৰূপ জিব্ৰাইল আহমেদে আজি আনুষ্ঠানিক ভাৱে বিপিএফ দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰে।
Read More News
T & CPrivacy PolicyContact Us