Download Now Banner

This browser does not support the video element.

মানকাচৰ: দক্ষিণ ছালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত VHSND/RI অধিবেশন

Mankachar, South Salmara-Mankachar | Sep 10, 2025
বুধবাৰে দিনৰ আনুমানিক ১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰত VHSND/RI ৰ অধিবেশন‌ অনুষ্ঠিত হয়। উক্ত অধিৱেশনত জিলা স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।আজি অনুষ্ঠিত VHSND/RI অধিবেশনৰ যোগেদি সমগ্ৰ জিলাখনতে জনস্বাস্থ্য আৰু মংগলৰ বাবে চলি থকা প্ৰচেষ্টাসমূহ প্ৰদৰ্শন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us