Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া মঙলদৈ শাখাৰ উদ্যোগত ঋণ মেলা আয়োজন মঙলৈদৰ সৈনিক ভবনত, উপস্থিত জিলা আয়ুক্ত

Mangaldoi Part, Darrang | Aug 27, 2025
পূব মঙলদৈ আৰু পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ NRLM ৰ অধীনৰ আত্মসহায়ক গোট সমূহক ঋণ পত্ৰ বিতৰণ মঙলদৈৰ সৈনিক ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি,চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ হাপ্ৰৱন্ধক কৌশিক কুমাৰ কালা , বৰপেটা আঞ্চলিক প্ৰৱন্ধক সুদীপ কুমাৰ , উত্তৰ পূৰ্বাঞ্চলৰ মণ্ডল মুৰব্বী অনিল কুমাৰ ৰ লগতে দৰং জিলাৰ পূব আৰু পশ্চিম মঙলদৈৰ BPM , DPN সকল উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us