Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: লক্ষীপথাৰত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সামৰণী অনুষ্ঠানত উপস্থিত অসম গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোঁহায়

Margherita, Tinsukia | Sep 26, 2025
মাকুম বিধানসভা সমষ্টিৰ লক্ষীপথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰংচঙী গাওঁ খেলপথাৰত শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত ৰংচঙী মিলিজুলি যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি সফল সামৰণী পৰে । সামৰণী অনুষ্ঠানত উপস্থিত থাকি অসম গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোঁহায়ে খেলখনৰ শুভ উদ্বোধন কৰে।
Read More News
T & CPrivacy PolicyContact Us