This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, ইউপিপিএলৰ ৪০ গৰাকী কৰ্মীৰ বিপিএফত যোগদান
Kokrajhar Part, Kokrajhar | Aug 27, 2025
বুধবাৰ দিনা বিয়লি ৪ বজাত কোকৰাঝাৰ জিলাৰ ফাকিৰাগ্ৰামত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত বিটিছি পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ ঘোষনা হোৱাৰ লগে লগেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমুহৰ,এই ক্ষেত্ৰত পিছ পৰি ৰৈ থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলও ফকিৰাগ্ৰাম ব্লক বিপিএফ কাৰ্য্যালয়ত এক সভা অনুষ্ঠিত কৰা হয়,কোচৰাজবংশী জাতীয় কোষে,উক্ত সভাত উপস্থিত থাকি বিপিএফ কোচৰাজবংশী কোষৰ উপদেষ্টা অভিৰাম ৰায় , জয়ন্ত ৰায় , বিজু ৰায় আদি, আজিৰ সভাত ৪০ জনতকৈ অধিক ইউপিপিএলৰ কৰ্মী যোগদান কৰে