This browser does not support the video element.
শিৱসাগৰ: চাৰিং হাফলুটিং বৰ নামঘৰত বিধায়ক অখিল গগৈক দেখা গ'ল ভকতৰ ৰূপত
Sibsagar, Sivasagar | Aug 31, 2025
চাৰিং হাফলুটিং বৰ নামঘৰত বিধায়ক অখিল গগৈক দেখা গ'ল ভকতৰ ৰূপত । শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ঐতিহ্যমণ্ডিত হাফলুটিং বৰ নামঘৰত উপস্থিত হৈ সেৱা লয় ভক্ত বৈষ্ণৱৰ মত বিনিময় কৰে ৰাইজৰ সতে । ইয়াৰোপৰি বিধায়ক গৰাকীয়ে নামাচাৰ্যৰ সতে ভকতৰ ৰূপত একেলগে কৰে নাম-প্ৰসংগ । হাফলুটিং বৰ নামঘৰ পৰিচালনা সমিতিকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্বৰ্ধনা বিধায়ক গৰাকীক ।