Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: BTR নিৰ্বাচনকলৈ প্ৰতিটো পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি থকা সময়তে পৰ্বতঝোৰাত UPPL দলৰ বিশাল নির্বাচনী সভা

Dhubri Part, Dhubri | Sep 6, 2025
মংগলাঝোৰা হাই স্কুল খেল পথাৰ UPPL দলৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ যোগে উপস্থিত হয় UPPL দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰংগৌড়া নাৰ্জাৰীৰ লগতে UPPL দলৰ মহিলা শাখাৰ কেন্দ্ৰীয় সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, আদিবাসী কোষৰ সভাপতি ৰিমান ছৰেন।
Read More News
T & CPrivacy PolicyContact Us